সামাজিক মাধ‍্যম কাৰ স্বাৰ্থত কোনে নিয়ন্ত্ৰণ কৰে?

  • সামাজিক মাধ‍্যমে কাক কাক সাঙুৰি লয়?
  • সামাজিক মাধ‍্যম কাৰ স্বাৰ্থত কোনে নিয়ন্ত্ৰণ কৰে?
  • সামাজিক মাধ‍্যমে কেৱল আমাৰ ৰুচি-অভিৰুচিৰ কথাই নাজানে আমাৰ অভিপ্ৰেতৰ বিষয়েও জানে
  • সৰ্বগ্ৰাসী সামাজিক মাধ‍্যমৰ কুপ্ৰভাৱৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজিম?
  • কথনৰ আজিৰ অতিথি বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক পৰাঞ্জয় গুহ ঠাকুৰতা!